তোমালৈ মনত পৰে — কবিতা
তোমালৈ মনত পৰে 🖋 ভৱতীৰ্থ গোস্বামী ২০২০ তোমালৈ মনত পৰে যেতিয়া মই নিজানত বহোঁ.... তোমালৈ মনত পৰে যেতিয়া মই পথভ্ৰষ্ট হৈ পৰোঁ..... পাহৰিব পাৰিবা জানো মোক ভালপোৱাৰ কথা দি .... মৰমৰ নামবোৰ জানো মচি দিব পাৰিবা মনৰ পৰা সমাজক সংগী কৰি..... এই নিস্তেজ আকাশৰ মই যেন এটি সৰু পখী উৰি উৰি পৰিমগৈ তোমাৰ পদূলিত.... বকুলৰ তলৰ দূবৰি বনত আহিবানে মোক বিচাৰি ? ****************************************
Comments
Post a Comment